Drama

….পৰিভ্ৰমী চৰাইৰ দৰে নাটকৰ অক্লান্ত গতি ।প্ৰাকৃতিক ভূগোললে ৰুধিব নোৱাৰে ।
ঠিক তেনেদৰে মঞ্চস্থাপত্যয়ো নাটকক বান্ধি ৰাখিব নোৱাৰে ।
মাটি-পানী সকলোতে নাটক সম্ভৱ; যদিহে অভিনেতা আৰু দৰ্শকৰ ভৰি থ’বলৈ কিবা এটা অজুহাত থাকে ।
সেয়ে মুক্তাংগন, স্থায়ী ৰংগমঞ্চ, নাম-ঘৰ, হাত-বজাৰ, পথাৰ …… সকলোতে নাটক সম্ভৱ ।
নাটক কাৰ্পেট নালাগে, শীত-তাপ নিয়ন্ত্ৰিত কক্ষ নালাগে । কিছু
প্ৰেমিক দৰ্শক আৰু এচাম অনুভৱী তথা হৃদয়বান অভিনেতা হলেই যুগে যুগে নাটকৰ জয়গান ।

Reviews

There are no reviews yet.

Add a review

Your email address will not be published.