January 16, 2021

বৰফৰ পাহাৰ এখন সাজি আছো বৰফবোৰ এদিন গলি যাব ———————————————– তাহানিতে দেউতায়ো সাজিছিল বৰফৰ এখন সুউচ্চ পাহাৰ।

January 16, 2021

মহাভাৰতৰ যুগৰ পৰা ” চক্ৰবেহু ” সকলো যুগতে¸সকলো সময়তে আছে। মানুহৰ মিছা কথাত ভোল গৈ আমি চক্ৰবেহুৰ কথা পাহৰি থাকো। এই পাহৰি থাকো বাবে যুগে যুগে অভিমন্যু বধ হৈ আহিছে। মানৱ সভ্যতাৰ বাবে অভিমন্যু এক ট্ৰেজিক চৰিত্ৰ।