বৰফ ( Poetry )

বৰফৰ পাহাৰ এখন সাজি আছো
বৰফবোৰ এদিন গলি যাব
———————————————–
তাহানিতে দেউতায়ো সাজিছিল
বৰফৰ এখন সুউচ্চ পাহাৰ।

Leave a Comment