January 16, 2021
সুখ তুমি ঠুনুকা হৃদয়ৰ মজিয়াত উজুটি খালে ভাঙি যোৱা। — alex d figo
সুখ তুমি ঠুনুকা হৃদয়ৰ মজিয়াত উজুটি খালে ভাঙি যোৱা। — alex d figo
মহাভাৰতৰ যুগৰ পৰা ” চক্ৰবেহু ” সকলো যুগতে¸সকলো সময়তে আছে। মানুহৰ মিছা কথাত ভোল গৈ আমি চক্ৰবেহুৰ কথা পাহৰি থাকো। এই পাহৰি থাকো বাবে যুগে যুগে অভিমন্যু বধ হৈ আহিছে। মানৱ সভ্যতাৰ বাবে অভিমন্যু এক ট্ৰেজিক চৰিত্ৰ।